পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টুটকীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টুটকীয়া   বিশেষ্য

অর্থ : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি

উদাহরণ : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়

সমার্থক : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ

টুটকীয়া   বিশেষণ

অর্থ : কথা লগাই ফুৰোঁতা

উদাহরণ : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে

সমার্থক : লগনীয়া

चौपाल