পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জীৱন কথা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জীৱন কথা   বিশেষ্য

অর্থ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে

উদাহরণ : শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে

সমার্থক : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱনী

অর্থ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ

উদাহরণ : তেওঁ নিজৰ জীৱনী লিখি আছে

সমার্থক : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী

चौपाल