অর্থ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
উদাহরণ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
সমার্থক : জাবৰ
অর্থ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
উদাহরণ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
সমার্থক : জাবৰ