অর্থ : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
উদাহরণ :
ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
সমার্থক : চৰপত
অর্থ : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
উদাহরণ :
চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল