অর্থ : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
উদাহরণ :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
অর্থ : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
উদাহরণ :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
সমার্থক : চৰ-চৰণি