পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চৌৰান্নব্বৈ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চৌৰান্নব্বৈ   বিশেষ্য

অর্থ : নব্বৈৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা বিশেষ

উদাহরণ : তিৰানব্বৈ আৰু চৌৰানব্বৈৰ মাজত একৰহে পার্থক্য

সমার্থক : ৯৪

চৌৰান্নব্বৈ   বিশেষণ

অর্থ : নব্বৈ আৰু চাৰি

উদাহরণ : এই সন্মিলনখনত দেশ-বিদেশৰ চৌৰান্নব্বৈজন বিদ্বানে অংশগ্রহণ কৰিছে

সমার্থক : চাৰিকুৰি চৈধ্য

चौपाल