পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চেণ্ডেল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চেণ্ডেল   বিশেষ্য

অর্থ : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী

উদাহরণ : মোৰ চেণ্ডেলযোৰ চিগিল

সমার্থক : চপ্পল

অর্থ : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ

উদাহরণ : বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে

चौपाल