অর্থ : ৰোগ নিৰাময় কৰা প্রক্রিয়া
উদাহরণ :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
সমার্থক : প্রতিকাৰ
অর্থ : চিকিৎসকৰ কাম বা পেছা
উদাহরণ :
তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
সমার্থক : ডাক্তৰী
অর্থ : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
উদাহরণ :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
সমার্থক : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য