পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চাৰি গুণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চাৰি গুণ   বিশেষ্য

অর্থ : কোনো বস্তু আদিৰ যিমান পৰিমাণ আছে তাতকৈ আৰু তিনিগুণ অধিক পৰিমাণৰ এক পৰিমাপ

উদাহরণ : চাৰিৰ চাৰিগুণ ষোল্ল

সমার্থক : চাৰি-গুণ, চাৰিগুণ

চাৰি গুণ   বিশেষণ

অর্থ : যিমান আছে তাতকৈ তিনিগুণ বেছি

উদাহরণ : আপুনি যিমান খায়, মই তাৰ চাৰিগুণ খাব পাৰিম

সমার্থক : চাৰিগুণ

चौपाल