অর্থ : একপ্রকাৰৰ সুগন্ধিত গছৰ কাঠ যাৰ মিহি গুৰিৰে শৰীৰত প্রলেপ লগোৱা হয়
উদাহরণ :
চন্দনে শৰীৰত শীতলতা প্রদান কৰে
সমার্থক : গন্ধৰাজ
অর্থ : পবিত্র জ্ঞান কৰা সুগন্ধিযুক্ত কাঠৰ এবিধ গছ
উদাহরণ :
দক্ষিণ ভাৰতত চন্দন গছ বেছিকৈ পোৱা যায়