অর্থ : এজোপা গছৰ মিহি আৰু দীঘলীয়া ফল, যাক তৰকাৰী হিচাপে খোৱা হয়
উদাহরণ :
মায়ে চজিনাৰ তৰকাৰী ৰান্ধিছে
অর্থ : তৰকাৰী হিচাপে খোৱা মিহি দীঘলীয়া ফলৰ এবিধ গছ
উদাহরণ :
শ্যামে চজিনা গছৰ পৰা চজিনা চিঙিছে
সমার্থক : চজিনা গছ