সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বীজ আদিৰ গাজ বা অংকুৰ ওলোৱা অংশ
উদাহরণ : আলুৰ বহুতো চকু থাকে
সমার্থক : অংকুৰণ স্থান
অর্থ : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
উদাহরণ : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
সমার্থক : অক্ষি, চক্ষু, নেত্র, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
ইনস্টল