অর্থ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
উদাহরণ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
সমার্থক : হুংকাৰ
অর্থ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
উদাহরণ :
বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
সমার্থক : গোজৰ