উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
নিবাৰণ (বিশেষ্য)
কোনো কামত বা কথাত মানা কৰা
চৰণীয়া পথাৰ (বিশেষ্য)
পশু চৰিবৰ কাৰণে মুকলি কৰি ৰখা ভূমিভাগ
ঊষালগ্ন (বিশেষ্য)
দিন আৰম্ভ হোৱাৰ সময়ছোৱা:ৰাতিপুৱাই খেতিয়কসকল পথাৰলৈ ওলাল
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
ভেকুলী (বিশেষ্য)
বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী
মাহীৰ ছোৱালী (বিশেষ্য)
মাহীৰ ছোৱালী
কৃতকার্য (বিশেষণ)
যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
বিদগ্ধ (বিশেষণ)
যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র