অর্থ : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
উদাহরণ :
এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
সমার্থক : খোদন
অর্থ : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
উদাহরণ :
বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে