পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খেলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খেলা   বিশেষ্য

অর্থ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ

উদাহরণ : নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়

সমার্থক : ৰং-ধেমালি

অর্থ : খেলৰ প্রদর্শন

উদাহরণ : চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল

সমার্থক : খেল

খেলা   ক্ৰিয়া

অর্থ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা

উদাহরণ : লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে

সমার্থক : ক্রীড়া কৰা

चौपाल