পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাৰণ   বিশেষ্য

অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

সমার্থক : অর্থ, কাৰক, নিমিত্ত, মূল, হেতু

অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

উদাহরণ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

সমার্থক : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, প্রয়োজন, মতলব, লক্ষ্য, হেতু

অর্থ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

উদাহরণ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

সমার্থক : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

चौपाल