অর্থ : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
উদাহরণ :
পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
সমার্থক : গৌণ পত্নী
অর্থ : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
উদাহরণ :
বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে