অর্থ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
উদাহরণ :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
সমার্থক : ইংলিচ, ইংৰাজী ভাষা
অর্থ : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
উদাহরণ :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
অর্থ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
উদাহরণ :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
সমার্থক : ইংলিচ
অর্থ : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
উদাহরণ :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল