অর্থ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
উদাহরণ :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
সমার্থক : ইংৰাজী, ইংৰাজী ভাষা
অর্থ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
উদাহরণ :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
সমার্থক : ইংৰাজী