পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আৰম্ভণি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আৰম্ভণি   বিশেষ্য

অর্থ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

উদাহরণ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

সমার্থক : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

উদাহরণ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

সমার্থক : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

অর্থ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

উদাহরণ : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

অর্থ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

উদাহরণ : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

সমার্থক : অʼপেনিং, চেচৰ অʼপেনিং

चौपाल