অর্থ : কোনো কথা বা কামত কৰা ইচ্ছা
উদাহরণ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
সমার্থক : বিচৰা
অর্থ : আশা বা কামনা কৰা
উদাহরণ :
মই আশা কৰিছো যে মোৰ প্রথম পত্রখন আপুনি পালে