পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আন্দোলন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আন্দোলন   বিশেষ্য

অর্থ : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা

উদাহরণ : চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল

সমার্থক : বিক্ষোভ

অর্থ : এক লোকসমষ্টিয়ে কোনো বিশেষ বা সাধাৰণ লক্ষ্যপ্রাপ্তিৰ কাৰণে একেলগে যত্নৱান হোৱা

উদাহরণ : এই আন্দোলনত ব্যক্তিস্বার্থক লৈ ্ কোনো বুজা-পৰা কৰা নহʼব

चौपाल