অর্থ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ
উদাহরণ :
সমার্থক : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ
অর্থ : যি আৱেশেৰে ভৰি আছে
উদাহরণ :
শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
সমার্থক : আবিষ্ট, আৱেগ-বিহ্বল, ব্যাকুল