পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আই শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আই   বিশেষ্য

অর্থ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

উদাহরণ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

সমার্থক : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

অর্থ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন

উদাহরণ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক

সমার্থক : আইতা

অর্থ : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া

উদাহরণ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন

সমার্থক : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ

অর্থ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ

উদাহরণ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে

সমার্থক : বসন্ত ৰোগ, সৰুআই

चौपाल