পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অর্পণ ্কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অর্পণ ্কৰা   ক্ৰিয়া

অর্থ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা

উদাহরণ : তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে

সমার্থক : উৎসর্গা

অর্থ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য

উদাহরণ : গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়

অর্থ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা

উদাহরণ : মই এই কামটো আপোনাক অর্পণ কৰিছোঁ

সমার্থক : অধীন কৰা

चौपाल