অর্থ : যি প্রমাণৰ দ্বাৰা সিদ্ধ নহয়
উদাহরণ :
অপ্রমাণিত অপৰাধৰ শাস্তি আপুনি কেনেকৈ দিব পাৰে!
অর্থ : যিটো প্রমাণ আদিৰ দ্বাৰা প্রতিপন্ন কৰা হোৱা নাই
উদাহরণ :
অপ্রমাণিত প্রমাণপত্র দিয়াৰ কাৰণে আপোনাৰ আবেদন পত্রখন বিবেচনা কৰিব পৰা নগʼল
সমার্থক : অপৰীক্ষিত