পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপহৰণ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপহৰণ কৰা   ক্ৰিয়া

অর্থ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য

উদাহরণ : এই পথত ডকাইতে পথিকক ডকাইতি কৰে

সমার্থক : ডকাইতি, লুট কৰা, লুট-পাত কৰা

অর্থ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

উদাহরণ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

সমার্থক : হৰণ কৰা, হৰা

चौपाल