পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপব্যৱহাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপব্যৱহাৰ   বিশেষ্য

অর্থ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ

উদাহরণ : আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত

অর্থ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য

উদাহরণ : অপব্যৱহাৰো এক ধৰণৰ পাপ

সমার্থক : অপপ্রয়োগ

অর্থ : অনাহক আৰু অধিক খৰচ

উদাহরণ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

সমার্থক : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি

चौपाल