অর্থ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
উদাহরণ :
কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
সমার্থক : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-, নিস্পৃহ