পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধীন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধীন   ক্ৰিয়া বিশেষণ

অর্থ : অধিকাৰ, প্রভাৱ আদিত

উদাহরণ : শ্যামে মোৰ অধীনত কাম কৰে

অধীন   বিশেষণ

অর্থ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

উদাহরণ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

সমার্থক : পৰবশ, বশীভূত, বাধ্য

অর্থ : যি কাৰোবাৰ বশীভূত হৈ আছে

উদাহরণ : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল

অর্থ : যি আনৰ অধীন

উদাহরণ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

সমার্থক : গোলাম, পৰবশ, পৰাধীন

অর্থ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা

উদাহরণ : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল

সমার্থক : অধীনস্থ

चौपाल