পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধর্ম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধর্ম   বিশেষ্য

অর্থ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে

উদাহরণ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ

সমার্থক : অপৰাধ, কলুষ, দোষ, পাতক, পাপ

অর্থ : ধর্ম বিৰোধী কার্য

উদাহরণ : আজিকালি সমাজত অধর্মৰ বহুল ্প্রচাৰ হৈছে

সমার্থক : কুধর্ম, ্দুৰাচাৰ

অর্থ : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ

উদাহরণ :

সমার্থক : অপৰাধ, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়

चौपाल