পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধম   বিশেষ্য

অর্থ : একেবাৰে নিম্ন বা নিকৃষ্ট মানৰ ব্যক্তি

উদাহরণ : অধম পুৰুষে নীচ কাম কৰিবলৈ কেতিয়াও পিছ নোহোঁহকে

সমার্থক : অধম পুৰুষ, নীচ পুৰুষ, নৰাধম

অধম   বিশেষণ

অর্থ : যি প্রবল নহয়

উদাহরণ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

সমার্থক : অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

অর্থ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে

উদাহরণ :

সমার্থক : অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ

অর্থ : ভালৰ ওলোটা বা বিপৰীত

উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

সমার্থক : অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

অর্থ : যি পাপ কৰে বা পাপ কৰোতা

উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

সমার্থক : অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

অর্থ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

উদাহরণ : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

সমার্থক : ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীচ, নীহ, হীন

चौपाल