পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অতিশয়োক্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অতিশয়োক্তি   বিশেষ্য

অর্থ : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে

উদাহরণ : এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে

অর্থ : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়

উদাহরণ : আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে

সমার্থক : অতিশয়োক্তি অলংকাৰ

অর্থ : নিজৰ ফালৰ পৰা বহুত ধৰণে মিলাই কোৱা কথা

উদাহরণ : তেওঁৰ ্ভাষণ অতিশয়োক্তিৰে ভৰা

সমার্থক : অতিৰঞ্জন, অযুক্তি

चौपाल