পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অতিভোজী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অতিভোজী   বিশেষণ

অর্থ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক

উদাহরণ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ

সমার্থক : ঔদৰিক, খকুৱা, পেটুৱা

অর্থ : অত্যধিক খাওঁ্তা

উদাহরণ : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে

সমার্থক : খঁকুৱা, খকুৱা, খাইকহ, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক

चौपाल