পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অংশীদাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অংশীদাৰ   বিশেষ্য

অর্থ : কোনো কাম বা ৰোজগাৰ আদিত অংশ থকা লোক

উদাহরণ : এই ব্যৱসায়টো কৰিবলৈ মোক এজন অংশীদাৰৰ আৱশ্যক

সমার্থক : অংশী, পার্ট্্নাৰ, ভগিয়াৰ, ভাগিদাৰ

অর্থ : কোনো অংশ বা খণ্ডৰ মালিক

উদাহরণ : সোহন এই কোম্পানীটোৰ এজন অংশীদাৰ

সমার্থক : অংশধাৰী

चौपाल