అర్థం : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
ఉదాహరణ :
হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ
పర్యాయపదాలు : হালধি
అర్థం : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ
ఉదాహరణ :
সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল
పర్యాయపదాలు : হালধি