అర్థం : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
ఉదాహరణ :
শিশুটোৰ বৰকৈ হিঁকটি আহিছে
అర్థం : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
ఉదాహరణ :
মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
పర్యాయపదాలు : হেঁকেটি