అర్థం : যাৰ হাত নাই
ఉదాహరణ :
ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
అర్థం : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
ఉదాహరణ :
ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
పర్యాయపదాలు : বাহুহীন