అర్థం : কʼৰবাত কʼৰবাত হোৱা
ఉదాహరణ :
সৰু-সুৰা ঘটনাক বাদ দি বন্ধ সফল হোৱা বুলিয়েই কʼব পাৰি
అర్థం : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
ఉదాహరణ :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
పర్యాయపదాలు : লাপি-লুপা