అర్థం : বহু সময় উতলোৱা গাখীৰৰ ওপৰত জমা হোৱা চামনি বা সাৰ অংশ
ఉదాహరణ :
মেকুৰীজনীয়ে গোটেই সৰখিনি খাই পেলালে
అర్థం : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
ఉదాహరణ :
গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
పర్యాయపదాలు : চালি