అర్థం : মনোযোগ দিয়া
ఉదాహరణ :
বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
పర్యాయపదాలు : খবৰ
అర్థం : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
ఉదాహరణ :
আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
పర్యాయపదాలు : শুনানী