సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
ఉదాహరణ : তেওঁ হনুমানৰ ভক্ত
పర్యాయపదాలు : উপাসক, ভকত, ভক্ত, সাধক
అర్థం : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
ఉదాహరణ : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
పర్యాయపదాలు : পূজাৰী
అర్థం : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ఉదాహరణ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
పర్యాయపదాలు : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা
అర్థం : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা
ఉదాహరణ : আন্না হাজাৰেʼ সমাজ সেৱক
ఆప్ స్థాపించండి