అర్థం : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
ఉదాహరణ :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
అర్థం : যʼত কোনো সোৱাদ নাই
ఉదాహరణ :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
పర్యాయపదాలు : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন