అర్థం : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
ఉదాహరణ :
সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
అర్థం : সাগৰৰ পৰা উৎপন্ন
ఉదాహరణ :
তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
పర్యాయపదాలు : সামুদ্রিক