పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সাক্ষী అనే పదం యొక్క అర్థం.

সাক্ষী   বিশেষ্য

అర్థం : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়

ఉదాహరణ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে

పర్యాయపదాలు : সাক্ষ্য

అర్థం : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে

ఉదాహరణ : পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে

పర్యాయపదాలు : প্রত্যক্ষদর্শী

అర్థం : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়

ఉదాహరణ : এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে

चौपाल