అర్థం : যাৰ সন্তান নাই (পুৰুষ)
ఉదాహరణ :
সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
అర్థం : যাৰ কোনো সন্তান নাই
ఉదాహరణ :
নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
పర్యాయపదాలు : নিঃসন্তান