అర్థం : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
ఉదాహరణ :
ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
అర్థం : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
ఉదాహరణ :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
పర్యాయపదాలు : সংস্থা