అర్థం : কথা মানি লোৱা
ఉదాహరణ :
আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
అర్థం : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
ఉదాహరణ :
তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
పర్యాయపదాలు : শ্রৱণ কৰা
అర్థం : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
ఉదాహరణ :
ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে