అర్థం : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ఉదాహరణ :
গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
పర్యాయపదాలు : উপদেশ
అర్థం : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ఉదాహరణ :
পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
పర్యాయపదాలు : তালিম